In any Government exam, one word substitution is very important type of questions. There is two to three (2 - 3) marks will get if you have a good knowledge or idea about one word substitution.
(যিকোনো চৰকাৰী চাকৰীৰ বাবে এটা শব্দত প্ৰকাশৰ পৰা কম পক্ষেও ২ বা ৩ নম্বৰ পোৱা সম্বব যদিহে ইয়াৰ ওপৰত ভাল জ্ঞান থাকে)

Here are some important one word substitution are there (তলত কিছুমান গুৰুত্বপূৰ্ণ এটা শব্দত প্ৰকাশ দিয়া আছে)
- Advance to higher post: Promotion
(উচ্চ পদলৈ উন্নতি- পদন্নতি) - One who dies for a great cause: Martyr
(যি মহত্ কামৰ কাৰণে প্ৰাণ দিয়ে- শ্বহীদ) - After death: Posthumous
(মৃতুৰ পাছত- মৰণোত্তৰ) - Having no death: Immortal
(মৃতু নাই- অমৰ) - One who murders one's own father: Patricide
(যি নিজৰ বাপেকক হত্যা কৰে- পিতৃহম্তা) - One who murders one's own mother: Matricide
(যি নিজৰ মাকক হত্যা কৰে- মাতৃহম্তা) - That cannot be read: Illegible
(যি পঢ়িব নোৱাৰি- দুষ্পাঠ্য়) - A condition of lowlessness: Anarchy
(অৰাজক অৱস্থা- আৰাজকতা) - Which is easily broken: Brittle
(যি সহজে ভাগি যায়- ঠুনুকা) - Fit to be eaten: Edible
(যি খোৱাৰ যোগ্য়- ভোজ্য়) - Incapable of being expressed in words: Inexpressible
(যি ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহয়- অৰ্বণনীয়) - A film based on real life: Documentary
(বাস্তৱ জীৱল ভিত্তিক চলচিত্ৰ- তথ্য়চিত্ৰ) - A person who carries burden for hire: Porter
(যি পইচাৰ বিনিময়ত বোজা বয়- কুলি) - A hall for the audience: Auditorium
(শ্ৰোতা সকল বহা ঘৰ- প্ৰেক্ষাগৃহ) - A declaration written on oath: Affidavite
(শপত লৈ লিখা ঘোষণা- শপতনামা) - That cannot be heard: Inaudiable
(যিটো শুনা নাযায়- শ্ৰবণাতীত বা অশ্ৰৱণযোগ্য়) - One who known everything: Omniscient
(যি সকলো জানে- সৰ্বজ্ঞানী) - One who can neither read or write: Illiterate
(যি লিখিব পড়িব নাজানে- নিৰক্ষৰ বা অশিক্ষিত) - Capable of being easily set on fire: Inflammable
(যি সহজে জুইত জলে- জ্বলনশীল) - One who has doubts about everything: Sceptic
(যি সকলো বিষয়ত সন্দেহ কৰে- সন্দেহবাদী)
Related post: Important International Borders Name
- Not obsolete but no longer in common use: Archaic
(অচল নহয় কিন্তু এতিয়া সাধাৰণ ব্য়ৱহাৰত নহয়- প্ৰাচীন) - A collection of choice poems: Anthology
(বাছকৰনিয়া কবিতাৰ সংকলন- কাব্য় সংকলন) - One who reads our hands: Palmist
(যি হাত চাই ভবিষ্য়ত কয়- হস্তৰেখাবিদ) - One who makes gold ornaments: Goldsmit
(যি সোণৰ গহনা বনায়- সোণাৰু) - One who knows several language: Linguist
(যি বিভিন্ন ভাষা জানে- ভাষাবিদ)